1. Carry your CV and other required documents in a folder. Documents such as: mark sheets, salary slips, key certificates, experience letters (if applicable). (আপোনাৰ জীৱন - বৃত্তান্ত আৰু অন্য দস্তাবেজ আপোনাৰ লগত লৈ যাওঁক. অন্য দস্তাবেজ যেনে: আপোনাৰ পৰীক্ষা ফল, প্ৰমাণ পত্ৰ, আৰু আপুনি যদি আগত ক'ত বা যদি কাম কৰিছে তাৰ পত্ৰ. )
2. Dress smartly. Before going for an interview, practice in front of a mirror. (ভাল দৰে তৈয়াৰী কৰক আৰু আইনাৰ সন্মুখত অৱশ্য অভ্যাস কৰক. )
3. Reach the interview venue before time. It helps you look around and relax a bit. (সাক্ষাৎকাৰৰ ঠাইলৈ সোনকালে যাওঁক, সেয়েহে আপুনি ওচৰ - পাঁজৰ চাবলৈ সুবিধা পাব আৰু আপুনি চিন্তামুক্ত থাকিব. )
4. Read about the company and the job profile, so that you could connect your skills to the profile you are applying for. (কোম্পানী আৰু তাত আপোনাৰ কামৰ বিষয়ে পঢ়ক, সেয়েহে আপুনি সাক্ষাৎকাৰৰ সময়ত আপোনাৰ দক্ষতা ভাল দৰে জনাব পাৰিব. )
5. Know your CV well. You should know each and every point on the CV. (আপোনাৰ জীৱন - বৃত্তান্ত ভাল দৰে পঢ়ক. আপুনি আপোনাৰ জীৱন - বৃত্তান্তৰ সকলো বস্তু মনত থাকিব লাগে. )
6. Prepare a file for all the documents and keep everything in order, so that you do not look clumsy in front of the interviewer. (আপোনাৰ সকলো দস্তাবেজ এটা ফাইলত ৰাখক যাতে আপুনি সাক্ষাতকাৰ লোৱা জনৰ আগত আপচু নহয়. )
7. When answering questions, make eye contact. It shows confidence. (প্ৰশ্নৰ উত্তৰ দিয়া সময়ত সাক্ষাতকাৰ লোৱা জনৰ চকুত চাই উত্তৰ দিয়ক. ই আত্মবিশ্বাস দেখায়. )
8. Prepare well for the basic questions like, 'Tell me something about yourself', 'Where do you see yourself in five years?' and 'What are your strengths and weaknesses?' (সামান্য প্ৰশ্নৰ বাবে আগৰ পৰাই সাজু হৈ থাকক. যেনে: 'আপোনাৰ বিষয়ে কিবা কওঁক', 'অাপুনি নিজক ৫ বছৰৰ পিছত কত দেখে?', 'অাপোনাৰ দুৰ্বলতা আৰু গুণ কি কি?')
9. If you do not understand a question, request the interviewer to elaborate more. (যদি আপুন প্ৰশ্নটো বুজি নাপায়। তেনেহলে সাক্ষাতকাৰ লোৱ জনক বিস্তাৰিতভাৱে সোধিবলৈ অনুৰোধ জনাওক. )
Doubts on this article